--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিয়ে শিলাইৰপাৰৰ বাসিন্দা সাৰিন্দা বাদক আমৰেন্দ্ৰ ৰায়লৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ২০২৫ প্ৰদান কৰে।

ডিজিটেল ডেস্কঃ দিনজোৰা কাৰ্য্যসূচীৰে প্ৰতিমা বৰুৱা পাণ্ডেৰ নিজা চহৰ গৌৰীপুৰৰ ৰাজুহুৱা পুথিভঁৰালত গোৱালপাৰীয়া লোক গীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২৩তম মৃত্যু বাৰ্ষিকী উদযাপন কৰে।


গৌৰীপুৰ ৰাজুহুৱা পুথিভঁৰালৰ সন্মুখত থকা প্ৰতিমা বৰুৱা পাণ্ডেৰ আৱক্ষ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ধুবুৰী জিলা আছুৰ নেতৃত্বৰ লগতে ধুবুৰী দেশী জনগোষ্টীৰ মঞ্চ,গৌৰীপুৰ ৰাজ পৰিয়ালৰ সদস্য আৰু বিভিন্ন দল সংগঠনৰ নেতৃত্বই। মৃত্যুবাৰ্ষিকী দিনটোত নাম প্ৰসংগ আৰু শিল্পী গৰাকীৰ কালজৰী গীতৰে স্মৰণ কৰা দেখা যায়।


সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিয়ে শিলাইৰপাৰৰ বাসিন্দা সাৰিন্দা বাদক আমৰেন্দ্ৰ ৰায়লৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ২০২৫ প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ