--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিতৰ্কিত মন্তব্যৰ জোৱাৰ উঠিছে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনত৷ বিতৰ্কিত মন্তব্যৰে চৰ্চাৰ শীৰ্ষত আছে ৰাজনৈতিক নেতা পালিনেতা৷সম্প্ৰতি বিজেপি বিধায়ক নিতেশ ৰাণেৰ বিতৰ্কিত বক্তব্যই উত্তপ্ত কৰিছে ৰাজনৈতিক পৰিৱেশ। ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা বিধায়ক নীতিশ ৰাণে শুকুৰবাৰে সাংগোল্লীৰ এখন ৰাজহুৱাসভাত প্ৰদান কৰা ভাষণত আপত্তিজনক বক্তব্য কৰা বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

ৰাজহুৱা সভাখনত বিজেপিৰ বিধায়ক গৰাকীয়ে ৰাইজক সম্বোধন কৰি কয় যে আৰক্ষী জোৱানসকলক ২৪ ঘণ্টাৰ বাবে ছুটী দিয়া যাওক । ইয়াৰ পাছত আমাৰ হিন্দুসকলৰ শক্তি দেখুৱাম। আমাৰ হাতত কিমান শক্তি আছে সেয়া বুজি উঠিব। এই মন্তব্যৰ পাছতে সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল-মুছলিমিন (এআইএমআইএম)ৰ নেতা ৱাৰিছ পাথানে নিতেশ ৰাণেৰ বক্তব্যৰ প্ৰতি সৰৱ হৈ উঠিছে। ৱাৰিছ পাথানে কয় যে এওঁলোকে প্ৰতিদিনে অৰ্থহীন বক্তব্য কৰি আহিছে। এওঁলোকে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্ত বিজেপিয়ে মহাৰাষ্ট্ৰ পৰিৱেশ নষ্ট কৰিব বিচাৰিছে, সেইয়ে এনে সাম্প্ৰদায়ীক বক্তব্য প্ৰদান কৰিছে বিধায়ক নিতেশ ৰাণে৷   

বিজেপিক সমালোচনা কৰি ৱাৰিছ পাথানে কয় যে বিজেপিয়ে ৰাজ্যত কেৱল দাঙ্গা কৰিব বিচাৰে। তেওঁলোকে যিকোনো প্ৰকাৰে উত্তেজনময় পৰিৱেশ সৃষ্টি কৰিব বিচাৰে, যাতে জনসাধাৰণৰ দৃষ্টি আচল সমস্যাৰ পৰা আঁতৰি থকে।বিজেপিয়ে জানে তেওঁলোকে উন্নয়নৰ নামত একো কৰা নাই, নিজৰ অকৰ্মণ্যতাক ঢাকি ৰাখাৰ স্বাৰ্থত ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰি ৰাখিব বিচাৰে সেয়ে এনে বিতৰ্কিত বক্তব্য প্ৰদান কৰিছে বুলি মত প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু