--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৮ এপ্ৰিলত আহিব ডিব্ৰুগড়লৈ। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিব্ৰুগড় ভ্ৰমণৰ উদ্দেশ্য হল এখন কৰ্কট চিকিৎসালয় উদ্বোধন কৰাৰ লগতে ডিব্ৰুগড়ৰ পৰাই আন ছয়খন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। 

মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই ডিব্ৰুগড়ৰ উপায়ুক্ত আৰু ৰাজ্য চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় আৰু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সফল কৰাৰ বাবে সকলো পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে। 

উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে সেইদিনা বিয়লিৰ ভাগত খনিকৰ আৰক্ষী সংৰক্ষিত ক্ষেত্ৰত এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব। মোডীৰ ডিব্ৰুগড় ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী শৰ্মাই দেওবাৰে সমগ্ৰ অঞ্চলটোৰ বুজ লোৱাৰ লগতে ডিব্ৰুগড়ৰ খনিকৰ আৰক্ষী সংৰক্ষিত অঞ্চল পৰিদৰ্শন কৰে। 

প্ৰধানমন্ত্ৰীৰ ডিব্ৰুগড় ভ্ৰমণত কোনো ধৰণৰ ত্ৰুটি যাতে নাথাকে তাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ