--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা কিছুমান প্ৰাণী জন্মতেই দেহৰ বিংসগতি লৈ জন্ম লভে। মানুহৰ মাজতো কেতিয়াবা এনে হোৱা দেখা যায়। এটা গৰু পোৱালি জন্ম হৈছে দুটা মূৰৰ সৈতে। গৰু পোৱালিটোৰ আছে দুটা মূৰ আৰু চাৰিটা চকু। গৰু পোৱালিটো চাবলৈ সকলোৱে ভিৰ কৰিছেহি। এই গৰু পোৱালিটো জন্ম হৈছে ত্ৰিপুৰাত। ৰাজ্যখনৰ দক্ষিণপ্ৰান্তত এই পোৱালিটো জন্ম পোৱাৰ পাছতে মানুহে চাবলৈ ঢপলিয়াই আহিছে। চিকিৎসকে জনোৱা অনুসৰি গৰু পোৱালিটো Ploycephaly’ নামৰ এক বিৰল ৰোগত আক্ৰান্ত। পোৱালিটো বৰ্তমানে যদিও সম্পূৰ্ণ সুস্থ কিন্তু এক দুই মাহৰ বেছি দিন জীয়াই নাথাকে বুলি মন্তব্য কৰিছে চিকিৎসকে। মাজতে আৰু এটা গৰু জন্ম হৈছিল তিনিটা চকুৰ সৈতে। এনে হোৱাৰ মূল কাৰণ কি তাৰ সঠিক ব্যাখ্যা আজিলৈকে দিব পৰা নাই চিকিৎসা বিজ্ঞানে। আৰু পঢ়কঃ মহাভাৰতৰ ‘কৃষ্ণ’ৰ দ্বিতীয় সংসাৰো ভাঙিল ! ক’লে ‘বিবাহৰ ক্ষেত্ৰত মই ভাগ্যৱান নহয়’

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম