--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কোম্পানীটোৰ সূত্ৰ অনুসৰি, যিসকল কৰ্মচাৰীৰ কামৰ মানদণ্ড আশানুৰূপ নাছিল, তেওঁলোকক এই প্ৰক্ৰিয়াৰ অধীনত আঁতৰাই দিয়া হৈছে।

ডিজিটেল ডেস্কঃ দেশৰ অন্যতম অগ্ৰণী ই-কমাৰ্চ প্ৰতিষ্ঠান ফ্লিপকাৰ্টে পুনৰবাৰ বৃহৎ সংখ্যক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিছে। বাৰ্ষিক কৰ্মক্ষমতা পৰ্যালোচনাৰ পাছত প্ৰায় ৩০০ কৰ্মচাৰীক কোম্পানীটোৱে বিদায় দিছে বুলি এক শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে।

 

মূল কাৰণসমূহ:


কোম্পানীটোৰ সূত্ৰ অনুসৰি, যিসকল কৰ্মচাৰীৰ কামৰ মানদণ্ড আশানুৰূপ নাছিল, তেওঁলোকক এই প্ৰক্ৰিয়াৰ অধীনত আঁতৰাই দিয়া হৈছে।এই ছাঁটাইৰ ফলত ফ্লিপকাৰ্টৰ মুঠ কৰ্মচাৰীৰ প্ৰায় ১.৫ ৰ পৰা ২ শতাংশ লোক প্ৰভাৱিত হৈছে ।কোম্পানীটোৱে ইয়াক এক 'ৰুটিন চেক' বা নিয়মীয়া প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে, যিটো প্ৰতি বছৰে কৰ্মক্ষমতাৰ ওপৰত ভিত্তি কৰি কৰা হয়।


ফ্লিপকাৰ্টৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, "প্ৰতি বছৰে আমি আমাৰ কৰ্মচাৰীসকলৰ কামৰ মূল্যায়ন কৰোঁ। যিসকলৰ প্ৰদৰ্শন উন্নত নহয়, তেওঁলোকক আন সুযোগ বিচাৰিবলৈ কোৱা হয়। যিসকল কৰ্মচাৰীয়ে কোম্পানী ত্যাগ কৰিছে, তেওঁলোকক নীতি অনুসৰি প্ৰয়োজনীয় সকলো সুবিধা আৰু আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।"


উল্লেখ্য যে, ২০২৪ বিত্তীয় বৰ্ষত ফ্লিপকাৰ্টৰ ৰাজহ বৃদ্ধি পালেও লোকচানৰ পৰিমাণো বৃদ্ধি পাইছে। খৰচ হ্ৰাস কৰি লাভৰ মুখ চাবলৈ কোম্পানীটোৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। চলিত বৰ্ষৰ জানুৱাৰী মাহতো ফ্লিপকাৰ্টে প্ৰায় ১,০০০ কৰ্মচাৰীক ছাঁটাই কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ