--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে আজি প্ৰাৰ্থী ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছ দলে৷ তিনিটা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা৷ গোসাইগাঁও সমষ্টিত জুৱেল টুডু, তামুলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰক দিয়া হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব৷

ইয়াৰ উপৰি ভৱানীপুৰ সমষ্টিৰ বাবে ৰাইজৰ দলৰ বাবে অপেক্ষা কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ মৰিয়নি সমষ্টিৰ বাবে প্ৰাৰ্থী আজিয়েই ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছে৷ ইতিমধ্যে প্ৰাৰ্থীত্ব সাজু হৈ আছে বুলি ৰাজীৱ ভৱনত এক সংবাদ মেলত এই ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মাই৷

ইফালে উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে আঞ্চলিক ৰাজনৈতিক দলৰ সৈতেও সমষ্টি বিভাজন কৰাৰ চিন্তা চৰ্চা কৰিছে যদিও ইতিমধ্যে তিনিটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত হ'ল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ