--°C
Loading...
Listen to Article
2 min read
80%

লখিমপুৰঃ লখিমপুৰত অসমীয়া যুৱ-মঞ্চই অৰ্ধ উলংগ হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। ‘পাভ সংৰক্ষিত বনাঞ্চল’ৰ অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ দাবীত সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি আমাৰ সংবাদদাতাই জনাইছে।

লখিমপুৰ পাভ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা অবৈধ বিদেশীক বহিষ্কাৰ আৰু বেদখলমুক্ত কৰাৰ দাবীত অৰ্ধ-উলংগ হৈ লখিমপুৰ নগৰৰ মুখ্য চাৰিআলিত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে ‘অসমীয়া যুৱ মঞ্চ’ই। অসমীয়া যুৱ-মঞ্চৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে লখিমপুৰ জিলা প্ৰশাসনক দাবী জনায় যে, অতিশীঘ্ৰে পাভ বনাঞ্চলৰ চাৰিশ হেক্টৰ ভূমিত নিৰ্মাণ কৰা বাসগৃহসমূহ ভাঙি বেদখলমুক্ত কৰিব লাগে, অন্যথা প্ৰতিবাদ আৰু তীব্ৰতৰ হ’ব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ