--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘বাহুবলী’ৰ দৰে ব্লকবাষ্টাৰ ছবিত অভিনয় কৰা মোহময়ী অভিনেত্ৰী তামান্না ভাটীয়া বৰ্তমান ইডিৰ জেৰাত ৷ বৃহস্পতিবাৰে দিনৰ ১:২৫ বজাত ইডিৰ কাৰ্যালয়ত আহি উপস্থিত হয় অভিনেত্ৰীগৰাকী ৷ ঘণ্টা ঘণ্টা ধৰি খ্ৰীষ্টানবস্তিৰ ইডিৰ কাৰ্যালয়ত জেৰা তামান্নাক। এটা অবৈধ ক্ৰিকেটৰ অনলাইন বিজ্ঞাপনৰ হৈ প্ৰচাৰ চলাইছিল অভিনেত্ৰী তামান্নাই। পূৰ্বেও অনলাইন জুৱাৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী।


Tamannaah Bhatia Pics: ब्लैक साड़ी में तमन्ना भाटिया ने फ्लॉन्ट किया कर्वी  फिगर, स्टिनिंग लुक कर देगा मदहोश - tamannaah bhatia shares latest pics in  black saree looking killer


বৃহস্পতিবাৰে আবেলিৰ পৰা নিশা পৰ্যন্ত তামান্নাক জেৰা চলালে ইডিয়ে ৷ ইডিৰ চাৰিটা শাখাৰ তিনিগৰাকী শীৰ্ষ বিষয়াই জেৰা চলাই তামান্নাক ৷ উল্লেখ্য যে, কেইবাবাৰো মহাৰাষ্ট্ৰ ইডিয়ে চমন দিছিল তেওঁক । তামান্না ভাটিয়াক সোধা-পোছা কৰাৰ লগতে তেওঁৰ ভাষ্য লিপিবদ্ধ কৰি যাবলৈ দিয়া হয় ।

Stree 2 के आइटम में तमन्ना भाटिया की दिलकश अदाएं, बगल में खड़ा ये आदमी है  कौन? - Tamannaah Bhatia item song aaj ki raat from stree 2 out now youtube  shraddha

৫ নবেম্বৰত পুনৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ তামান্না ভাটীয়াক ৷ চাইবাৰ চেল, আইটি চেল, ক্ৰাইম চেলে জেৰা কৰিছে অভিনেত্ৰীগৰাকীক ৷ এই জেৰাত ৮ জন হাই প্ৰফাইল লোকৰ নাম লৈছে তামান্নাই ৷ তথ্য অনুসৰি তামান্নাৰ নেতৃত্বত বলিউড আৰু দক্ষিণৰ চেলিব্ৰেটিয়েও বিজ্ঞাপন কৰিছিল মহাদেৱ এপ আৰু ফেয়াৰপ্লে বেটিং এপটোৰ ৷এপটোত ক্ৰিপট্ৰকাৰেঞ্চি আৰু ধন বিনিয়োগ কৰি প্ৰতাৰণাৰ বলি হৈছিল বহু বিনিয়োগকাৰী ৷ এই প্ৰতাৰণাৰ বলি হৈ বহু বিনিয়গকাৰীয়ে নাগালেণ্ডৰ কহিমা থানাত গোচৰ ৰুজু কৰিছিল ৷পৰৱৰ্তি সময়ত গোচৰটোৰ তদন্তৰ দায়িত্ব লয় গুৱাহাটীৰ ইডি কাৰ্যালয়ে আৰু তদন্তত এই এপটো চীনৰ পৰা চলি থকাৰ তথ্য উলিয়াই ইডিয়ে ৷ ২০১৬-১৭ চনৰ পৰা চলি আছিল এই অনলাইন বেটিং এপটো ৷ শেহতীয়াকৈ গুৱাহাটী ইডিৰ সহকাৰী সঞ্চালক ৰাম দীক্ষীতে চমন প্ৰেৰণ কৰিছিল তামান্নাক , সেই চমনৰ ভিত্তিতে বৃহস্পতিবাৰে গুৱাহাটীৰ ইডিৰ কাৰ্যালয়ত উপস্থিত হয় অভিনেত্ৰীগৰাকী ৷

ইডিৰ জেৰাৰ পাছত মা কামাখ্যা মন্দিৰত উপস্থিত হয় অভিনেত্ৰী তামান্না ভাটিয়া ৷ পিতৃ-মাতৃৰ সৈতে পূজা অৰ্চনা কৰে অভিনেত্ৰীগৰাকীয়ে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ