--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অনলাইন জুৱাৰ বিজ্ঞাপন কৰি এতিয়া বিপদৰ মেৰপাকত সোমাল মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়া । বৃহস্পতিবাৰে দিনৰ ১:২৫ বজাত ইডিৰ কাৰ্যালয়ত আহি উপস্থিত হয় অভিনেত্ৰীগৰাকী ৷ ঘণ্টা ঘণ্টা ধৰি খ্ৰীষ্টানবস্তিৰ EDৰ কাৰ্যালয়ত জেৰা তামান্নাক। এটা অবৈধ ক্ৰিকেটৰ অনলাইন বিজ্ঞাপনৰ হৈ প্ৰচাৰ চলাইছিল অভিনেত্ৰী তামান্নাই। পূৰ্বেও অনলাইন জুৱাৰ সন্দৰ্ভত জেৰাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী।


Tamanna Bhatiya: బ్లాక్ లెహంగాలో పిచ్చెక్కిస్తున్న మిల్కీ బ్యూటీ - HITTV

AS12 BC6327 নম্বৰৰ এখন বাণিজ্যিক বাহনত আহিছে অভিনেত্ৰীগৰাকী ৷ পিতৃ-মাতৃৰ সৈতে আহিছে তেওঁ  গুৱাহাটীলৈ ৷নিশা 9 বজালৈকে ইডিয়ে তেওঁক ধাৰাবাহিক জেৰা চলায় ৷ তেওঁৰ মাতৃক  ইডিৰ কাৰ্যালয়ৰ চৌহদত এখন বাহনত বহি থকা দেখা যায় দীৰ্ঘসময় ধৰি ৷ আৰু তেওঁৰ পিতৃ কাৰ্যালয়ত তেওঁৰ সৈতে উপস্থিত থাকে ৷ ইডিৰ কাৰ্যালয়ৰ পৰা ওলোৱাৰ পিছত পিতৃ-মাতৃসহ অভিনেত্ৰীগৰাকী ৰাওনা হয় হোটেল ৰেডিছন ব্লুলৈ ৷


विजय के साथ अफेयर की खबरों पर तमन्ना भाटिया ने तोड़ी चुकी, कहा -'मैं शादी  में विश्वास करती हूं और...'.Tamannaah Bhatia broke down on the news of  affair with Vijay

উল্লেখ্য যে পূৰ্বেও কেইবাবাৰো মহাৰাষ্ট্ৰ ইডিয়ে চমন দিছিল তামান্নাক । কিন্তু ইডিয়ে গুৱাহাটীলে তেওঁক কিয় মাতিলে সেয়া ইডিৰ তৰফৰ পৰা স্পষ্ট নকৰিলেও সন্দেহ কৰা হৈছে যে মহাৰাষ্ট্ৰৰ গোচৰৰ সংক্ৰান্ততে তেওঁক গুৱাহাটীত সোধা-পোছা কৰিছে ইডিয়ে ৷ মহাদেৱ বেটিং এপৰ প্ৰমোচন সন্দৰ্ভত তামান্নাক গুৱাহাটীৰ কাৰ্যালয়লৈ চমন দিয়া হৈছে বুলি সন্দেহ কৰা হৈছে যদিও ই ডিয়ে এই পৰ্যন্ত একো কথাই সদৰী কৰা নাই ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ