--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ছ’নী টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' কৌন বনেগা কৌড়পতি ১৩-ত উজলিল এগৰাকী কণমানি অসম কন্যা। অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ৫০ লাখ টকা জিকিলে ১৪ বছৰীয়া ৰাজনন্দিনী কলিতাই। বিগ বি অমিতাভ বচ্চনে আঁত ধৰা কুইজ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ৰাজনন্দিনী কলিতাই মোহিত কৰে বহু দৰ্শককো৷

গুৱাহাটী ৰাজনন্দিনীৰ তত্ত্বগধুৰ ভাষণত আকৰ্ষিত হৈ অমিতাভ বচ্ছনে কয় যে, “চৈধ্য বছৰ বয়সত এনেকুৱা ভাষণ দিয়া, যিটো বিশিষ্ট-বিশিষ্ট শীৰ্ষ ৰাজনৈতিক নেতায়ো দিব নোৱাৰে৷”
অমিতাভ বচ্চনে ৰাজনন্দিনীক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যত জীৱনৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।

জীৱনৰ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ সপোন পুহি ৰখা ৰাজনন্দিনী নলবাৰীৰ দহকাউনীয়া গাঁৱৰ নিবাসী হেমন্ত কুমাৰ কলিতা আৰু ৰীতামণি কলিতাৰ দ্বিতীয় কন্যা৷ ৰাজনন্দিনী বৰ্তমান গুৱাহাটী ছাউথ পইণ্ট স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ