--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক'ভিড কালৰ কিছু শাম কটাৰ পাছতে ভাৰতলৈ অহাৰ পৰিকল্পনা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি৷ অহা ৬ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ'ব লগা ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন৷

ভাৰত ভ্ৰমণৰ এই সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োৰাষ্ট্ৰৰ বৈঠকত মিলিত হ'ব৷ দুয়োখন ৰাষ্ট্ৰৰ মাজত দিপাক্ষিক সন্মিলনৰ সম্পৰ্কে আলোচনা কৰাৰ উপৰি কৌশলগত অংশীদাৰিত্বৰ সম্পৰ্কেও আলোচনাত মিলিত হ'ব৷ ইয়াৰ উপৰি ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী সাৰ্গেই লাভৰভ আৰু প্ৰতিক্ষা মন্ত্ৰী সাৰ্গেই ছইগোয়ে ৬ ডিচেম্বৰত দুই দেশৰ ২+২মন্ত্ৰী পৰ্যায়ৰ বৈঠকত মিলিত হ'ব৷

ইয়াৰ উপৰি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বৈঠকত মিলিত হ'ব ৰাছিয়া এই মন্ত্ৰীদ্বয়৷ ৰাছিয়ান ৰাষ্ট্ৰপতি আৰু মোদীৰ মাজৰ বৈঠকে প্ৰতিৰক্ষা, বাণিজ্য আৰু শক্তি বিভাগটো সুদৃঢ় কৰিব বুলি ধাৰণা কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ