--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ইউৰোপীয় দেশসমূহত কৰ'নাৰ চতুৰ্থ ঢৌৰ আশংকা কৰাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰতো শংকাৰ সৃষ্টি কৰিছে৷ আমেৰিকাৰ নিউয়ৰ্ক চহৰত বিগত সময়ছোৱাত দ্ৰুত সংক্ৰমণে যথেষ্ট চিন্তাত পেলাইছে সাধাৰণ জনতাৰ লগতে চৰকাৰ-প্ৰশাসনকো৷

কৰ'নাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যপাল কেথি হকোলে জৰুৰী অৱস্থা ঘোষণা কৰিছে নিউয়ৰ্কত৷ বিশেষকৈ কৰ'নাৰ নতুন Omicrone প্ৰকাৰে উদ্বেগৰ সৃষ্টি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি কৰ'নাৰ এই নতুন ভেৰিয়েন্ট পূৰ্বতকৈ মাৰাত্মক৷


নিউয়ৰ্কত জৰুৰী অৱস্থাৰ ঘোষণা কৰাৰ লগে লগে প্ৰয়োজনীয় চিকিৎসালয় তথা ভেকচিন প্ৰদানত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, ইংলেণ্ড আৰু বহুকেইখন ইউৰোপীয় ৰাষ্ট্ৰত সংক্ৰমণ বৃদ্ধিৰ বাবে নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ