--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অভিনেতা বিকী কৌশল আৰু অভিনেত্রী কেটৰিনা কাঈফৰ বিবাহক লৈ এতিয়া সর্বত্র চর্চা চলি আছে। ডিচেম্বৰৰ ৭ ৰ পৰা ৯ তাৰিখলৈ ৰাজস্থানৰ ছৱাই মাধোপুৰ জিলাত থকা ৭০০ বছৰ পুৰণি 'বাৰৱাৰ' নামৰ দুৰ্গত এই বিবাহ সম্পন্ন হ’ব।

বিবাহৰ বাবে প্ৰস্তুতি চলি থকাৰ মাজতে সুৰক্ষাৰ দিশটোও চোৱা-চিতা কৰিবলৈ জয়পুৰত থকা এম এছ ছিকিউৰিটিজক দায়িত্ব দিয়া হৈছে। বলীউড অভিনেতা আমিৰ খান, সঞ্জয় দত্ত, অর্জুন ৰামপাল, টাইগাৰ শ্ৰফ, আলিয়া ভাট, ঋতেশ দেশমুখ, ফাৰাহ খান আদিৰ দৰে বলিউডৰ কলা-কুশলীৰ নিৰাপত্তাৰ দায়িত্ব পালন কৰা সংস্থাটোক এই বিবাহৰ বাবে ১৫ লাখ টকাত বন্দৱস্ত কৰা হৈছে।

এই ৩ দিনত সংস্থাটোৰ ডেৰশ গার্ডে পহৰা দিব। এই গার্ডসকলৰ ভিতৰত মহিলা বডিগার্ড, পুৰুষ বডিগার্ডৰ উপৰি যান-বাহনৰ নিয়ন্ত্ৰক তথা চেলিব্রিটিসকলৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰক্ষাৰ দায়িত্বত থকা লোকো আছে বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ