--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অর্জুন বঁটা বিজয়ী প্রথমগৰাকী অসমীয়া তথা প্রথম অসমীয়া ক্রীড়াবিদ হিচাপে ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক জয় কৰা ভোগেশ্বৰ বৰুৱাৰ সন্মানত অসম অলিম্পিক সন্থাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰৱৰ্তন কৰিছে।

ডিজিটেল ডেস্ক : অসম অলিম্পিক সন্থাই বৃহস্পতিবাৰে গুৱাহাটীত ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্রীড়া বঁটা ট্রফীৰ শুভ উন্মোচন কৰে। এই অনুষ্ঠানত ক্রীড়া মন্ত্রী নন্দিতা গার্লোছা, বক্সাৰ অংকুশিতা বড়ো আৰু অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ উপস্থিত আছিল।


অর্জুন বঁটা বিজয়ী প্রথমগৰাকী অসমীয়া তথা প্রথম অসমীয়া ক্রীড়াবিদ হিচাপে ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক জয় কৰা ভোগেশ্বৰ বৰুৱাৰ সন্মানত অসম অলিম্পিক সন্থাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰৱৰ্তন কৰিছে। এই ৰাষ্ট্ৰীয় বঁটা প্ৰতি বছৰে প্ৰদান কৰা হ'ব আৰু নতুন প্ৰজন্মৰ ক্ৰীড়াবিদসকলক বিশেষকৈ প্ৰেৰণা যোগোৱা হ'ব।


প্ৰথমবাৰৰ এই বঁটা প্রদান অনুষ্ঠান অহা ৩ ছেপ্টেম্বৰত ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ দিনা গুৱাহাটীত অনুষ্ঠিত হ'ব। বঁটা প্রদান অনুষ্ঠানত ভাৰতীয় এথলেটিকছৰ কিংবদন্তি স্প্রিন্টাৰ পি টি ঊষা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ