--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ১৫ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ইউ পি আইৰ জৰিয়তে ধনৰ দৈনিক লেনদেনৰ সীমা বৃদ্ধি কৰা হৈছে।

ডিজিটেল ডেস্কঃ ইউনিফাইড পে'মেন্টছ ইণ্টাৰফেচ (ইউ পি আই) পদ্ধতি ব্যৱহাৰ কৰি এতিয়া গ্রাহকে অধিক ধনৰ লেনদেন কৰিব পাৰিব। 


১৫ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ইউ পি আইৰ জৰিয়তে ধনৰ দৈনিক লেনদেনৰ সীমা বৃদ্ধি কৰা হৈছে। ধন পৰিশোধৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি এতিয়া ব্যৱাহৰকাৰীয়ে বৃহৎ পৰিমাণৰ ধন ইউ পি আইৰ জৰিয়তে লেনদেন কৰিব পাৰিব। 


বীমা প্রিমিয়াম, ট্রেভেল কেপিটেল মার্কেট পেমেণ্টছ আদিৰ দৰে শ্ৰেণীত ২৪ ঘণ্টাত ১০ লাখ টকা লেনদেন কৰিব পাৰিব ইউ পি আইৰ জৰিয়তে। তদুপৰি, ক্রেডিট কার্ড পে'মেণ্টছ আৰু জুৱেলাৰী ক্ৰয়ত ৬ লাখ টকা লেনদেন কৰিব পাৰিব। এই সংশোধিত লেনদেনৰ সীমা শ্বেয়াৰ কৰিছে ভাৰত ইণ্টাৰফেচ ফৰ মানিয়ে (বি এইচ আই এম)।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ