--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দিল্লী বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত ডাঃ মুজাম্মিল ছাকিলে জৈছ চালিত সন্ত্রাসবাদী ডাক্তৰৰ গোটটোৱে পৰিকল্পনাৰ বিষয়ত মুখ খুলিছে।

ডিজিটেল ডেস্ক : ভাৰতৰ বিভিন্ন চহৰত আক্ৰমণৰ পৰিকল্পনা ২০২৩ চনৰে পৰা কৰি আছিল সন্ত্রাসবাদী ডাক্তৰৰ গোটটোৱে। দিল্লীত বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ সময়ত এই বিস্ফোৰক স্বীকাৰোক্তি দিছে সন্ত্রাসবাদী ডাক্তৰ মুজাম্মিল ছাকিলে।


দিল্লী বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত ডাঃ মুজাম্মিল ছাকিলে জৈছ চালিত সন্ত্রাসবাদী ডাক্তৰৰ গোটটোৱে পৰিকল্পনাৰ বিষয়ত মুখ খুলিছে। ২০২৩ চনতে দেশৰ বহুকেইখন চহৰত আক্ৰমণৰ ব্লুপ্রিন্ট ৰচা হৈছিল। 


দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণটোৰ প্ৰকৃত উদ্দেশ্য আছিল দেশৰ বিভিন্ন চহৰত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰাটো। আত্মঘাতী বোমাৰু ওমৰ মহম্মদৰ সহযোগী ডাঃ মুজাম্মিল ছাকিলক নিয়াই জেৰা কৰা সময়ত স্বীকাৰ কৰে যে দুবছৰ পূৰ্বৰ পৰাই দেশত ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰা হৈছিল। 


এই উদ্দেশ্যৰে মুজাম্মিলে বিস্ফোৰক, ৰিমোট আৰু বোমা প্রস্তুতৰ সঁজুলি সংগ্ৰহ কৰিছিল। মুজাম্মিলক এম 'নিয়াম নাইট্রেট সংগ্ৰহৰ দায়িত্বও দিয়া হৈছিল। মুজাম্মিলে হাৰিয়ানাৰ গুৰুগ্ৰাম আৰু নুহৰ পৰা ৩ লাখ টকাৰ ২৬ কুইণ্টল এন পি কে সাৰ ক্ৰয় কৰিছিল বোমা প্রস্তুতৰ বাবে। আনহাতে, ফৰিদাবাদৰ পৰা বিস্ফোৰক সামগ্রী সংগ্ৰহ কৰিছিল বুলি মুজাম্মিলে নিয়াৰ জেৰাত স্বীকাৰোক্তি দিয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ