--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মুখ্যমন্ত্রীয়ে প্রস্তাৱিত শিলচৰ উৰণীয়া সেতুখনে পৰ্যাপ্ত জনসমর্থন লাভ কৰিলেহে নির্মাণ কৰা হ’ব বুলি মন্তব্য কৰে ৷

ডিজিটেল ডেস্কঃ আজি মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ বৰজালেংগা পাইওনিয়ৰ সংঘ পথাৰত 'মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান'ৰ অধীনত প্ৰায় ২০,০৯৯ গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰে। 


ইফালে, সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, বৰাকত উদ্যোগী সৃষ্টিৰ বাবে অতি শীঘ্ৰে এখন বিনিয়োগ সন্মিলন অনুষ্ঠিত হ’ব। আনহাতে, ১৫ দিনৰ ভিতৰত বৰাক উপত্যকাৰ সকলো হিতাধিকাৰীৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণৰ কাম সম্পূৰ্ণ হ'ব। 


মুখ্যমন্ত্রীয়ে প্রস্তাৱিত শিলচৰ উৰণীয়া সেতুখনে পৰ্যাপ্ত জনসমর্থন লাভ কৰিলেহে নির্মাণ কৰা হ’ব বুলি মন্তব্য কৰে ৷ লগতে উৰণীয়া সেতুৰ বিৰোধীতা অব্যাহত থাকিলে এই প্ৰকল্পটো অনিশ্চিত হৈ পৰিব পাৰে বুলিও তেওঁ কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ