--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চলিত মাহৰ কিছুদিন পাছতে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কৰিব ভূমি পূজন।

ডিজিটেল ডেস্ক: শীঘ্ৰেই উত্তৰ গুৱাহাটী ৰংমহলত আৰম্ভ হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্মাণকাৰ্য। চলিত মাহৰ কিছুদিন পাছতে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কৰিব ভূমি পূজন।


ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু প্ৰশাসনে ভূমি পৰিদৰ্শন কৰি নিৰ্বাচিত কৰিছে ভূমি পূজনৰ স্থান। 


উত্তৰ গুৱাহাটী ৰংমহলৰ ১২৯ বিঘা ভূমি সামৰি নিৰ্মাণ হ'ব উচ্চ ন্যায়ালয়, প্ৰশাসনিক ভৱন, বাৰ এছোচিয়েচনসহ জুডিচিয়েল টাউনশ্বিপ।


অসম চৰকাৰৰ কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে প্ৰায় ৫০০ কোটি টকা


গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপনৰ বাবে আদৰণি জনাইছে উত্তৰ গুৱাহাটীবাসীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement