--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইণ্ডিগ' এয়াৰলাইনছত চাকৰি দিম বুলি প্রলোভিত কৰি চাকৰি প্রত্যাশীসকলৰ পৰা বিভিন্ন শিতানত ধন সৰকাইছিল। এই চক্ৰটোৰ মাষ্টাৰমাই গুটোক বলজিৎ সিং (৩১) হিচাপে চিনাক্ত কৰা হৈছে।

ডিজিটেল ডেস্ক : প্রতিষ্ঠিত এয়াৰলাইনছৰ কোম্পানীত চাকৰি দিয়াৰ প্ৰালোভন দি নিবনুৱা যুৱক-যুৱতীক প্ৰৱঞ্চনা কৰি অহা এটা ভুৱা কর্মসংস্থান চক্র উৎখাত কৰিবলৈ সক্ষম হৈছে দিল্লীৰ আৰক্ষী। 


শনিবাৰে দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে, এই মাষ্টাৰমাই ণ্ডসহ ৯ সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দিল্লীৰ তিলক নগৰত এই গেংটোৱে এটা ভুৱা কল চেণ্টাৰ মুকলি কৰি অনলাইন বিজ্ঞাপনৰ জৰিয়তে চাকৰি প্রত্যাশীসকলৰ সৈতে যোগাযোগ কৰিছিল। 


ইণ্ডিগ' এয়াৰলাইনছত চাকৰি দিম বুলি প্রলোভিত কৰি চাকৰি প্রত্যাশীসকলৰ পৰা বিভিন্ন শিতানত ধন সৰকাইছিল। এই চক্ৰটোৰ মাষ্টাৰমাই গুটোক বলজিৎ সিং (৩১) হিচাপে চিনাক্ত কৰা হৈছে। চক্ৰটোৱে ভুক্তভোগীৰ পৰা ২৫০০ৰ পৰা ১৫,০০০ টকালৈকে ভুৱা নিযুক্তিৰ বাবত আদায় লৈছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।



উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ