--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সিদ্ধাৰামায়াই কয়, 'বিজেপিৰ বিশেষজ্ঞসকল মিছা কথা কোৱাত পাৰ্গত। 'ভোট চুৰি' তেওঁলোকৰ পেছা হৈ পৰিছে।'

ডিজিটেল ডেস্ক : নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত তেওঁ দেশৰ সকলো সাংবিধানিক আৰু স্বতন্ত্র সংস্থাসমূহ ধ্বংস কৰিছে। এই অভিযোগ উত্থাপন কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্রী সিদ্ধাৰামায়াই। কেন্দ্রীয় চৰকাৰৰ অধীনস্থ কৰি নিৰ্বাচন আয়োগকো ধ্বংস কৰিছে বুলি মুখ্যমন্ত্রীজনে ক্ষোভ প্রকাশ কৰে। 


মুখ্যমন্ত্ৰীজনে দাবী কৰে যে বিজেপিয়ে ইতিমধ্যে প্ৰমাণ কৰিছে, তেওঁলোক 'ভোট চুৰি'ত বিশেষজ্ঞ। 'ভোট চুৰি' কৰি বিজেপিয়ে কেন্দ্ৰৰ লগতে বিভিন্ন ৰাজ্যত ক্ষমতা দখল কৰিছে বুলি সিদ্ধাৰামায়াই অভিযোগ কৰে। 'ভোট চুৰি'ৰ বিৰুদ্ধে সমগ্র দেশত কংগ্ৰেছে চলোৱা স্বাক্ষৰ অভিযানৰ অংশ হিচাপে কর্ণাটকত ১.১২ কোটি লোকে এই স্বাক্ষৰ অভিযানত অংশ লৈছে বুলি মুখ্যমন্ত্রীজনে ঘোষণা কৰে। 


সিদ্ধাৰামায়াই কয়, 'বিজেপিৰ বিশেষজ্ঞসকল মিছা কথা কোৱাত পাৰ্গত। 'ভোট চুৰি' তেওঁলোকৰ পেছা হৈ পৰিছে।' কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে বিজেপিয়ে 'ভোেট চুৰি' তেওঁলোকৰ পেছা হৈ পৰিছে।' কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে প্রমাণসহকাৰে মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু হাৰিয়ানাত বিজেপিয়ে 'ভোট চুৰি' কৰিছে বুলি ইতিমধ্যে প্রমাণ কৰি দিছে। নির্বাচন আয়োগেও বিজেপিৰ 'ভোট চুৰি'ৰ বিষয়ত অনুসন্ধান কৰাত ব্যৰ্থ হৈছে বুলি সিদ্ধাৰামায়াই কয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ