--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০২১ চনত শাসনলৈ অহাৰ পাছৰে পৰা তালিবান শাসকবর্গই আফগানিস্তানত মহিলাৰ বিৰুদ্ধে বিভিন্ন বিষয়ত নিষেধাজ্ঞাৰ আৰোপ কৰি ৰাখিছে।

ডিজিটেল ডেস্ক : আফগানিস্তানৰ মহিলাক শিক্ষাৰ অধিকাৰ প্ৰদানৰ বাবে তালিবান চৰকাৰক আহ্বান জনাইছে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজায়ে।


আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ ক্ষণত তেওঁ ৰাষ্ট্ৰ গঠনত মহিলাৰ ভূমিকাৰ কথা উল্লেখ কৰি দেশখনৰ চৰকাৰৰ প্ৰতি আহ্বান জনাই কয় যে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে মহিলাৰ শিক্ষা অপৰিহাৰ্য। তেওঁ মহিলাৰ বিৰুদ্ধে দেশখনৰ শাসক বৰ্গই কৰি অহা বৈষম্যৰ অন্ত পেলোৱাৰ বাবেও আহ্বান জনায়। 


উল্লেখযোগ্য যে ২০২১ চনত শাসনলৈ অহাৰ পাছৰে পৰা তালিবান শাসকবর্গই আফগানিস্তানত মহিলাৰ বিৰুদ্ধে বিভিন্ন বিষয়ত নিষেধাজ্ঞাৰ আৰোপ কৰি ৰাখিছে। 


ইয়াৰ ভিতৰত মাধ্যমিক আৰু উচ্চ শিক্ষা গ্ৰহণৰ পৰা মহিলাক বাৰণ কৰি ৰখাৰ লগতে দেশখনৰ বিভিন্ন খণ্ডত মহিলাৰ নিযুক্তিত বাধা আৰোপ কৰা আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
আজি জন্মাষ্টমী; সৌভাগ্যৰ দুৱাৰ মুকলি হ’ব তিনি ৰাশিৰ জাতক-জাতিকাৰ
ধুবুৰী আৰক্ষীৰ সফল অভিযান; ২৪টা গৰু উদ্ধাৰ, দুজনক আটক
‘‘মা তোমালৈ বহুত মনত পৰিছে, উভতি আহা’’; ২৪ জুলাইৰ পৰা সন্ধানহীন ওদালগুৰিৰ দুই সন্তানৰ এগৰাকী মাতৃ
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা