--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইহুদী শাসক আৰু আমেৰিকাৰ দ্বাৰা প্ৰৰোচিত যুদ্ধ অন্ত পেলোৱাৰ একমাত্র উপায় হৈছে ইৰানৰ বৈধ অধিকাৰক স্বীকৃতি দিয়া, যুদ্ধৰ ক্ষতিপূৰণ দিয়া আৰু ভৱিষ্যতৰ আগ্রাসনৰ বিৰুদ্ধে দৃঢ় আন্তঃৰাষ্ট্ৰীয় নিশ্চয়তা।

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে ত্রয়োদশ দিনত ভৰি দিয়া ইজৰাইল-আমেৰিকাৰ সৈতে ইৰানৰ যুদ্ধ অন্ত পেলাবলৈ ইৰানে তিনিটা চর্ত বান্ধি দিছে। সামাজিক মাধ্যম এক্সত ইৰানৰ ৰাষ্ট্ৰপতি মাচুদ পেজেছকিয়ানে কয়, 'ৰাছিয়া আৰু পাকিস্তানৰ নেতাৰ সৈতে কথা পাতি মই অঞ্চলটোৰ শান্তিৰ বাবে ইৰানৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ নিশ্চিত কৰিলোঁ।'


ইহুদী শাসক আৰু আমেৰিকাৰ দ্বাৰা প্ৰৰোচিত যুদ্ধ অন্ত পেলোৱাৰ একমাত্র উপায় হৈছে ইৰানৰ বৈধ অধিকাৰক স্বীকৃতি দিয়া, যুদ্ধৰ ক্ষতিপূৰণ দিয়া আৰু ভৱিষ্যতৰ আগ্রাসনৰ বিৰুদ্ধে দৃঢ় আন্তঃৰাষ্ট্ৰীয় নিশ্চয়তা। 


উল্লেখযোগ্য যে আমেৰিকা আৰু ইজৰাইলে যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰান আক্রমণ আৰম্ভ কৰিছিল। উক্ত আক্ৰমণত দেশখনৰ সৰ্বোচ্চ নেতা, শীর্ষ সামৰিক কমাণ্ডাৰ আয়াতুল্লা চৈয়দ আলী খামেনেই আৰু বহু অসামৰিক নাগৰিকৰ মৃত্যু হৈছিল। তাৰ পাছতে ইছলামিক ৰিভলিউশ্যনেৰী গার্ড ক'ৰে ইজৰাইলৰ বিভিন্ন স্থান লক্ষ্য কৰি এক প্রতিশোধমূলক অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল। 


ৰাষ্ট্ৰসংঘত ইৰানৰ স্থায়ী প্রতিনিধি আমীৰ-চয়ীদ ইৰাৱানীৰ মতে আমেৰিকা-ইজৰাইলৰ আক্রমণত দেশখনত মহিলা আৰু শিশুকে ধৰি ১,৩৪৮জন অসামৰিক লোকৰ মৃত্যু হৈছে। আনহাতে, চলি থকা যুদ্ধত আহত হৈছে ১৭,০০০ৰো অধিক ।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ