--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পাকিস্তানৰ সংবাদ মাধ্যমে দেশখনৰ বৈদেশিক পৰিক্ৰমা বিভাগে প্রকাশ কৰা তথ্যৰ ভিত্তিত উল্লেখ কৰিছে যে চেনাব নদীৰ পানীৰ প্ৰৱাহ বিগত কেইটামান দিনত কিছু সলনি হোৱা লক্ষ্য কৰা গৈছে।

ডিজিটেল ডেস্ক : ভাৰতৰ বিৰুদ্ধে চেনাব নদীৰ জল-প্ৰৱাহ সলনি কৰাৰ গুৰুতৰ অভিযোগ আনিছে পাকিস্তানে। কোনোধৰণৰ জাননী অবিহনেই ভাৰতে বিগত এসপ্তাহ ধৰি নদীখনৰ জল-প্ৰৱাহ সলনি কৰি ৰখা বুলি ইছলামাবাদ প্রশাসনে চৰকাৰী অভিযোগ অনাৰ লগতে ইয়াক 'জলযুদ্ধ' আখ্যাও দিছে। 


পাকিস্তানৰ সংবাদ মাধ্যমে দেশখনৰ বৈদেশিক পৰিক্ৰমা বিভাগে প্রকাশ কৰা তথ্যৰ ভিত্তিত উল্লেখ কৰিছে যে চেনাব নদীৰ পানীৰ প্ৰৱাহ বিগত কেইটামান দিনত কিছু সলনি হোৱা লক্ষ্য কৰা গৈছে। 


নদীৰ প্ৰৱাহ সলনিয়ে দেশখনৰ কৃষি খণ্ড, অর্থনৈতিক আৰু জীৱন-জীৱিকাৰ নিৰাপত্তা, খাদ্য নিৰাপত্তা আদি দিশত নেতিবাচক প্রভাৱ পেলাব বুলি বিভাগটোৱে প্রকাশ কৰে। চেনাবৰ প্ৰৱাহ সলনি সন্দৰ্ভত ভাৰতক স্থিতি স্পষ্ট কৰাৰো আহ্বান জনাইছে ইছলামাবাদে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ