--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জর্ডান আৰু ইথিওপিয়াকে ধৰি ত্রিদেশীয় ভ্রমণসূচীৰ দুদিনীয়া ওমান ভ্ৰমণৰ সময়তে মোদীক এই সন্মান প্রদান কৰা হয়।

ডিজিটেল ডেস্ক : ওমানৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাত আগবঢ়োৱা বৰঙনিৰ বাবে বৃহস্পতিবাৰে ওমানৰ চুলতান হাইথাম বিন তাৰিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশিষ্ট অসামৰিক সন্মান 'অৰ্ডাৰ অব্ ওমান' প্রদান কৰে। 


জর্ডান আৰু ইথিওপিয়াকে ধৰি ত্রিদেশীয় ভ্রমণসূচীৰ দুদিনীয়া ওমান ভ্ৰমণৰ সময়তে মোদীক এই সন্মান প্রদান কৰা হয়। উল্লেখযোগ্য যে শেহতীয়াকৈ ইথিওপিয়াৰ 'গ্রে'ট অনাৰ নিছান অব্ ইথিওপিয়া' আৰু কুৱেইটৰ 'অৰ্ডাৰ অব্ মুবাৰক আল-কবীৰ'কে ধৰি বিদেশী ৰাষ্ট্ৰৰ পৰা লাভ কৰা ২৮টাতকৈ অধিক সর্বোচ্চ অসামৰিক সন্মানত আজি যোগ হ'ল ওমানৰ সন্মান। 


উল্লেখযোগ্য যে ভাৰত আৰু ওমানৰ কূটনৈতিক সম্পৰ্কৰ ৭০সংখ্যক বার্ষিকী উপলক্ষে মোদী ওমানলৈ গৈছিল। তেওঁৰ এই ভ্ৰমণৰ সময়ছোৱাত দুয়োপক্ষই বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰতিৰক্ষা আৰু সংস্কৃতিত কৌশলগত সহযোগিতা বৃদ্ধিৰ বিষয়ত আলোচনা কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ