--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

In Short

  • লর্ডছত ১৯৩ ৰানৰ জয়ৰ লক্ষ্যত ভাৰত উপনীত হ'ব নোৱৰাৰ অন্যতম কাৰণ হৈ উঠে আগশাৰীৰ বেটাৰৰ দায়িত্বজ্ঞানহীন ৱেটিং

ডিজিটেল ডেস্ক : তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই যুঁজ দিও তৃতীয় টেষ্টত ইংলেণ্ডৰ হাতত ভাৰতৰ পৰাজয় ৰুধিব নোৱাৰিলে। অথলে যায় বেট-হাতে যশপ্রীত বুমৰাহ আৰু মহম্মদ ছিৰাজৰ আকর্ষণীয় প্রদর্শন।



লর্ডছত ১৯৩ ৰানৰ জয়ৰ লক্ষ্যত ভাৰত উপনীত হ'ব নোৱৰাৰ অন্যতম কাৰণ হৈ উঠে আগশাৰীৰ বেটাৰৰ দায়িত্বজ্ঞানহীন ৱেটিং। ঋতমন হীল বাহিনীৰ বেটিং ৰয় ভাৰতৰ দ্বিতীয় ইনিংছ। আগদিনা ৪ উইকেটত ৫৮ ৰান কৰি চাপত থকা ভাৰতৰ হৈ শেষৰ ফালে জাদেজা আৰু বুমৰাহে (৫) জয়ৰ বাবে যুঁজ দিয়ে।


১১২ ৰানত ৮টা উইকেট হেৰুওৱাৰ পাছত উভয়ে ২২ অ'ভাৰ ধৰি উইকেটত টিকি থাকে। নৱম উইকেটত জাদেজা আৰু বুমৰাহে ৩৫ ৰান যোগ দিও পৰাজয়ৰ পৰা দলক উদ্ধাৰ কৰিব নোৱাৰিলে। ইয়াৰ পাছত মহম্মদ ছিৰাজে (৪) ৩০টা বল খেলি জাদেজাক সহযোগিতা আগবঢ়ায়।


দশম উইকেটত ১৩.২ অ'ভাৰলৈ জাদেজাক সংগ দিয়ে ছিৰাজে। মূৰকত ৰুদ্ধশ্বাস খেলৰ অন্তত ২২ ৰানত জয়েৰে ইংলেণ্ডে ৫খনীয়া শৃংখলাত ২-১ৰ অগ্রগতি লাভ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement