--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এছিয়া কাপ হকীৰ দেওবাৰৰ ফাইনেলত দক্ষিণ কোৰিয়াক ৪-১ গ'লত হৰুৱাই সেই কৃতিত্ব অর্জন কৰে ভাৰতে। ফাইনেলত ভাৰতৰ হৈ দিলপ্রীত সিঙে ২৮ আৰু ৪৫ মিনিটত দুটা গ'ল দিয়ে।

ডিজিটেল ডেস্ক : ভাৰতীয় পুৰুষ হকী দলে অহা বছৰৰ বিশ্ব কাপলৈ যোগ্যতা আহৰণ কৰিছে। 


এছিয়া কাপ হকীৰ দেওবাৰৰ ফাইনেলত দক্ষিণ কোৰিয়াক ৪-১ গ'লত হৰুৱাই সেই কৃতিত্ব অর্জন কৰে ভাৰতে। ফাইনেলত ভাৰতৰ হৈ দিলপ্রীত সিঙে ২৮ আৰু ৪৫ মিনিটত দুটা গ'ল দিয়ে। আন দুটা গ'ল দিয়ে সুখজিৎ সিং (১ মিনিট) আৰু অমিত ৰোহি দাসে (৫০ মিনিট) । 


ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াই ৫১ মিনিটত এটা গ'ল পৰিশোধ কৰে। সমগ্র প্রতিযোগিতাখনত অবিজিত থকা ভাৰতে ৫খনত জয় আৰু এখন খেল ড্ৰৰে সামৰে। ভাৰতৰ এয়া চতুর্থ এছিয়া কাপ জয়। 


ইয়াৰ আগেয়ে ভাৰতে ২০০৩, ২০০৭ আৰু ২০১৭ চনত খিতাপ জিকিছিল। অহা বছৰৰ বিশ্ব কাপ বেলজিয়াম আৰু নেদাৰলেণ্ডত ১৪-৩০ আগষ্টত অনুষ্ঠিত হ'ব


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ