--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ আগেয়ে মহিলাৰ এদিনীয়া আন্তজাৰ্তিকত এক কেলেণ্ডাৰ বৰ্ষত ১০০০ ৰান পূৰ কৰা স্মৃতি মান্ধানাৰ (৮০) বেটিং বিক্ৰমৰ সহায়ত ভাৰতে প্রথমে বেট ধৰি ৪৮
  • ৫ অ'ভাৰত ৩৩০ ৰান কৰিছিল।

ডিজিটেল ডেস্ক : ভাৰতে চলিত আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন হৈছে। প্রথমে দক্ষিণ আফ্ৰিকাৰ পাছত এইবাৰ অষ্ট্ৰেলিয়াৰ হাতত পৰাজয়বৰণ কৰে ভাৰতে।


কালি অনুষ্ঠিত খেলত ভাৰতক তিনি উইকেটত হৰুৱায় অষ্ট্ৰেলিয়াই। প্রথমে বেট ধৰি ভাৰতে ৩৩০ ৰান কৰিছিল। প্রত্যুত্তৰত অষ্ট্ৰেলিয়াই এলিছা হেলীৰ (১৪২) দুৰন্ত শতৰানৰ সহায়ত এটা অ'ভাৰ বাকী থকা অৱস্থাত ৭টা উইকেট হেৰুৱাই ৩৩১ ৰান কৰি জয়লাভ কৰে। 


ইয়াৰ আগেয়ে মহিলাৰ এদিনীয়া আন্তজাৰ্তিকত এক কেলেণ্ডাৰ বৰ্ষত ১০০০ ৰান পূৰ কৰা স্মৃতি মান্ধানাৰ (৮০) বেটিং বিক্ৰমৰ সহায়ত ভাৰতে প্রথমে বেট ধৰি ৪৮.৫ অ'ভাৰত ৩৩০ ৰান কৰিছিল। অ'পেনাৰদ্বয় মান্ধানা আৰু প্ৰতীকা ৰাৱালে (৭৫) প্রথম উইকেটত ১৫৫ ৰানৰ যুটি বান্ধি ভাৰতৰ বাবে ভাল আৰম্ভণি কৰিছিল। 


বেটিং অৰ্ডাৰৰ শেষৰ ফালে হার্লিন দেওল (৩৮), হৰমনপ্রীত কৌৰ (২২), জেমিমা ৰড্রিগুৱেজ (৩৩) আৰু ৰিচা ঘোষে (৩২) উপযোগী বৰঙনি আগবঢ়ায়। অষ্ট্ৰেলিয়াৰ হৈ আনাবেল ছাডাৰলেণ্ডে ৫টা আৰু ছোফী মলিনিউকছে তিনিটা উইকেট লাভ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ