--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি ইন্ডিয়ান বেংকৰ লামডিং শাখাত কানু দে নামৰ এজন গ্ৰাহকে নিজৰ একাউণ্টত ৭০ হাজাৰ টকা জমা কৰিবলৈ বেংকলৈ আহিছিল।

ডিজিটেল ডেস্ক: লামডিংত দিন-দুপৰতে ইন্ডিয়ান বেংকৰ এজন গ্ৰাহকৰ সৈতে সংঘটিত হৈছে প্ৰতাৰণাৰ ঘটনা। লামডিংত দুষ্ঠ চক্ৰৰ চকু এতিয়া বেংকৰ গ্রাহকৰ ওপৰতো পৰিছে। 


আজি ইন্ডিয়ান বেংকৰ লামডিং শাখাত কানু দে নামৰ এজন গ্ৰাহকে নিজৰ একাউণ্টত ৭০ হাজাৰ টকা জমা কৰিবলৈ বেংকলৈ আহিছিল। কিন্তু তেওঁ নিজে বেংকৰ ফৰ্ম লিখিব নোৱাৰি,বেংকৰ ভিতৰতে ঘূৰি ফুৰা দুজন অচিনাক্ত ব্যক্তিক সহায় বিচাৰিছিল , যাক সন্দেহজনকভাৱে প্রতাৰক দল বুলি ধাৰণা কৰা হৈছে, কানু দেক সহায়ৰ বাহানাৰে বেংকৰ বাহিৰলৈ লৈ যায় দুই অচিনাক্ত ব্যক্তিয়ে ।


বেংকৰ বাহিৰত ব্যক্তিদ্বয়ে কানু দেৰ পৰা ৭০ হাজাৰ টকা লৈ উধাও হৈ যায়। তেওঁলোকে কানু দেৰ পৰা ৭০হাজাৰ টকা লৈ দুই লাখ টকাৰ ডুপ্লিকেট বাণ্ডিল আগবঢ়াই অলপমান সময়ৰ পিছত আকৌ আহিম বুলি কৈ পলাই যায়। ঘটনাটো উপলব্ধি হোৱাৰ পাছত কানু দে আৰু তেওঁৰ পত্নীয়ে লামডিং থানাত তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইতিমধ্যে এই ঘটনাক লৈ লামডিংত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ