--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এতিয়া ঘূর্ণয়মান ৰেস্তোৰাঁখন মুকলি হোৱাৰ পাছত পৰ্যটকৰ সংখ্যা বৃদ্ধি হ'ব বুলি জম্মু-কাশ্মীৰ চৰকাৰে আশা কৰিছে।

ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ গুলমার্গত সংযোজিত হৈছে আন এক নতুন পর্যটনস্থলী। গুলমার্গত মুকলি কৰা হৈছে বিশ্বৰ সৰ্বোচ্চ ঘূর্ণয়মান ৰেস্তোৰাঁখন (world's highest revolving restaurant)। জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই দেওবাৰে গুলমার্গত কেইবাটাও উন্নয়ন প্রকল্প উদ্বোধন কৰে।


সেই উন্নয়ন প্রকল্পসমূহৰ মাজত আছে ঘূর্ণয়মান ৰেস্তোৰাঁখনো। ঘূৰি থকা ৰেস্তোৰাঁখনত বহি পৰ্যটকসকলে পৰ্বতৰ চূড়াৰ পৰা গুলমাৰ্গৰ অপূৰ্ব ৰূপ উপভোগ কৰিব পাৰিব। পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ পাছৰ পৰা কাশ্মীৰত পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা যথেষ্ট হ্রাস পাইছে।


এতিয়া ঘূর্ণয়মান ৰেস্তোৰাঁখন মুকলি হোৱাৰ পাছত পৰ্যটকৰ সংখ্যা বৃদ্ধি হ'ব বুলি জম্মু-কাশ্মীৰ চৰকাৰে আশা কৰিছে। উল্লেখযোগ্য যে গুলমার্গতে আছে বিশ্বৰ সৰ্বোচ্চ আৰু এছিয়াৰ দীর্ঘতম গোণ্ডোলা ৰোপৱে'। বিশ্বৰ সৰ্বোচ্চ স্কী পইন্ট আৰু বিশ্বৰ সৰ্ববৃহৎ ইগলু কেফেও গুলমার্গত অৱস্থিত।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ