--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশ হিচাপে গ্ৰন্থখনৰ বেটুপাতত অংকন কৰি দেশখনৰ ভৱিষ্যতৰ কৌশলগত দৃষ্টিভংগী প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক : পাকিস্তানৰ পাছত এইবাৰ তুৰস্কক বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে 'জয়ৰ কৌশল' শীর্ষক এখন গ্রন্থ উপহাৰ দিয়ে। তুৰস্কৰ সাংসদৰ এটা দলক এই গ্রন্থখন ঢাকা ভ্ৰমণৰ সময়ত উপহাৰ দিয়ে ইউনুছে। 


ভাৰতৰ অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশ হিচাপে গ্ৰন্থখনৰ বেটুপাতত অংকন কৰি দেশখনৰ ভৱিষ্যতৰ কৌশলগত দৃষ্টিভংগী প্ৰকাশ কৰা হৈছে। কেইদিনমানৰ পূৰ্বে একেখন গ্রন্থকে পাকিস্তানৰ সামৰিক বাহিনীৰ এজন কমাণ্ডাৰক ইউনুছে উপহাৰ দিছিল। বাংলাদেশৰ দুই মিত্র দেশক এই গ্রন্থখন ইউনুছে উপহাৰ দিয়াটোৱে যথেষ্ট তাৎপর্য বহন কৰিছে। 


বিশেষকৈ ভাৰতৰ অসমসহ উত্তৰ-পূৰ্বাঞ্চলক বাংলাদেশৰ অধীনলৈ অনাৰ যি ষড়যন্ত্র দেশখনৰ চৰকাৰে কৰি আছে, এই দুটা ঘটনা পৰা বাংলাদেশৰ অভিসন্ধি পুনৰ পোহৰলৈ আহিছে। ভাৰতীয় চোৰাংচোৱাৰ সূত্ৰই প্ৰকাশ কৰা মতে, বাংলাদেশে ইয়াৰ জৰিয়তে ভাৰতক এটা বার্তা দিছে যে দেশখনে ইছলামিক নেটৱৰ্কৰ জৰিয়তে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক নিজৰ অধীনলৈ নিয়াৰ পৰিকল্পনা কৰি আছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ