--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিশ্ব এথলেটিকছ কন্টিনেন্টেল ট্যুৰৰ ব্ৰঞ্জ পৰ্যায়ৰ প্ৰতিযোগিতা মিটিং মায়া ছিদাদে ড' ডেছপোর্টো ২০২৫-৩ ৭
  • ৭৫ মিটাৰ জঁপিয়াই খিতাপ দখল কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে

ডিজিটেল ডেস্ক : ভাৰতৰ তাৰকা লং জাম্পাৰ মুৰলী শ্রীশংকৰে ৭.৭৫ মিটাৰেৰে পর্তুগাল এথলেটিকছ মীটত শ্রেষ্ঠতা প্রতিপন্ন কৰিছে।


বিশ্ব এথলেটিকছ কন্টিনেন্টেল ট্যুৰৰ ব্ৰঞ্জ পৰ্যায়ৰ প্ৰতিযোগিতা মিটিং মায়া ছিদাদে ড' ডেছপোর্টো ২০২৫-৩ ৭.৭৫ মিটাৰ জঁপিয়াই খিতাপ দখল কৰে ভাৰতীয় খেলুৱৈগৰাকীয়ে।


৭.৬৩ মিটাৰ জঁপিয়াই অভিযান আৰম্ভ কৰা শ্ৰীশংকৰে দ্বিতীয় ৰাউণ্ডত শ্রেষ্ঠ ৭.৭৫ মিটাৰেৰে বিজয়ীৰ সন্মান লাভ কৰে। ইয়াৰ পাছত দৃঢ়তাপূর্ণ ৭.৬৯ মিটাৰ জঁপিওৱা শ্ৰীশংকৰৰ তৃতীয় প্ৰয়াস ফাউল হয়।


শ্ৰীশংকৰৰ অন্তিম দুটা প্রয়াস আছিল ৬.১২ আৰু ৭.৫৮ মিটাৰ। পোলেণ্ডৰ পিঅ'ত্র তাৰকোস্কিয়ে দ্বিতীয় আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিছ মিডেভস্কিয়ে তৃতীয় স্থান দখল কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ