--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰত্যক্ষদৰ্শীৰ মতে, চৰণপ্ৰীত সিঙে ছেক্টৰ ৯ত থকা এটা জিমত ব্যায়াম কৰি ওলাই অহাৰ সময়তে এই আক্ৰমণৰ বলি হয়।

ডিজিটেল ডেস্ক: চণ্ডীগড়ৰ ব্যস্ততাপূৰ্ণ ৯ নং ছেক্টৰত আজি এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়। দিনদুপৰতে এদল দুৰ্বৃত্তই এজন প্ৰপাৰ্টী ডিলাৰক অতি ওচৰৰ পৰা গুলীয়াই দিয়ে। মৃত যুৱকজনক চৰণপ্ৰীত সিং বুলি চিনাক্ত কৰা হৈছে।



প্ৰত্যক্ষদৰ্শীৰ মতে, চৰণপ্ৰীত সিঙে ছেক্টৰ ৯ত থকা এটা জিমত ব্যায়াম কৰি ওলাই অহাৰ সময়তে এই আক্ৰমণৰ বলি হয়। তেওঁ বাহিৰলৈ ওলাই অহাৰ লগে লগে মটৰ চাইকেলত অহা অচিনাক্ত দুৰ্বৃত্তই তেওঁক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ আৰম্ভ কৰে। জানিব পৰা মতে, আক্ৰমণকাৰীয়ে প্ৰায় ১০ ৰ পৰা ১২ জাঁই গুলী চলাইছিল।


গুলীবিদ্ধ হোৱাৰ লগে লগে চৰণপ্ৰীতক সংকটজনক অৱস্থাত চণ্ডীগড়ৰ পিজিআই (PGI) হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।


আৰক্ষীৰ প্ৰাথমিক তদন্ত:


মৃত চৰণপ্ৰীত বৃত্তিগতভাৱে এজন প্ৰপাৰ্টী ডিলাৰ আছিল।ঘটনাৰ আঁৰত কোনো অপৰাধী চক্ৰ বা গেঙৰ হাত থকাৰ সন্দেহ কৰা হৈছে। জানিব পৰা মতে, ইয়াৰ পূৰ্বেও তেওঁলৈ এটা গেঙৰ পৰা মৃত্যুৰ ভাবুকি আহিছিল।


বৰ্তমান আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰিছে আৰু চিচিটিভি (CCTV) ফুটেজৰ সহায়ত অভিযুক্তক কৰায়ত্ত কৰিবলৈ তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ