--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নিজা প্ৰচেষ্টা আৰু নিজা খৰছত প্ৰতিখন অসমীয়া চলচ্চিত্ৰ জনসাধাৰণৰ মাজত প্ৰচাৰ চলাই যি প্ৰেৰণা দিছে সেয়া আজিৰ সময়ত বিৰল৷

ডিজিটেল ডেস্ক : অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰতাৰ বাবে আজি কেইবা বছৰ ধৰি নিস্বাৰ্থভাৱে কাম কৰি আহিছে যোৰহাটৰ সমীৰ ৰয় নামৰ এজন যুৱকে৷


নিজা প্ৰচেষ্টা আৰু নিজা খৰছত প্ৰতিখন অসমীয়া চলচ্চিত্ৰ জনসাধাৰণৰ মাজত প্ৰচাৰ চলাই যি প্ৰেৰণা দিছে সেয়া আজিৰ সময়ত বিৰল৷


বৰ্তমান দৰ্শক শ্ৰোতাৰ সমাদৰ লাভ কৰা অসমীয়া চলচ্চিত্ৰ মালামাল বয়জ ৰ শিল্পী সকলে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অক্লান্ত কৰ্মী সমীৰ ৰয়ক যোৰহাট আইনক্সত সম্বৰ্ধনা জ্ঞাপন কৰে৷


নিস্বাৰ্থভাৱে আৰু একাগ্ৰতাৰে আজি কেইবাবছৰৰ পৰা অসমীয়া চলচ্চিত্ৰৰ প্ৰচাৰ প্ৰসাৰ কৰি যোৱা বাবে পৰিচালক মৃণাল ডেকাসহ কেইবাগৰাকী ও শিল্পী উপস্থিত থাকি সমীৰ ৰয়ৰ একক প্ৰচেষ্টাৰ শ’লাগ লয় আৰু কয় যে অসমীয়া চলচ্চিত্ৰ প্ৰচাৰৰ ক্ষেত্ৰত সমীৰ ৰয় এক বাটকটীয়া প্ৰয়াস৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ