--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দক্ষিণ ছিৰিয়াত ডুজ সম্প্রদায়ক ছিৰিয়াৰ চৰকাৰী বাহিনীয়ে আক্রমণ কৰাৰ প্রতিশোধকল্পে ইজৰাইলী সেনাই ছিৰিয়াৰ ডামাস্কাছত এই আক্রমণ কৰে।

ডিজিটেল ডেস্কঃ ইজৰাইলী সামৰিক বাহিনীয়ে ছিৰিয়াত ভয়ংকৰ বিমান আক্রমণ চলায় আৰু দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ লগতে ৰাষ্ট্ৰপতি ভৱনৰ সমীপতে শক্তিশালী আক্রমণ সংঘটিত কৰে।


দক্ষিণ ছিৰিয়াত ডুজ সম্প্রদায়ক ছিৰিয়াৰ চৰকাৰী বাহিনীয়ে আক্রমণ কৰাৰ প্রতিশোধকল্পে ইজৰাইলী সেনাই ছিৰিয়াৰ ডামাস্কাছত এই আক্রমণ কৰে। ছিৰিয়াৰ অন্তৱৰ্তী ৰাষ্ট্ৰপতি আহমেদ-আল-শ্বাৰাক জিহাদী হিচাপে অভিহিত কৰি ড্ৰজ সম্প্রদায়ক দক্ষিণ ছিৰিয়াত ছিৰিয়াৰ সেনাৰ পৰা সুৰক্ষা দিয়াৰ বাবেই ইজৰাইলে এই আক্ৰমণ কৰিছে বুলি কয়।


ইজৰাইলৰ আপোন ডুজ সংখ্যালঘুক সুৰক্ষা দিবলৈ ইজৰাইলী সেনা বদ্ধপৰিকৰ বুলি ইজৰাইলী প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে মন্তব্য কৰে। উল্লেখযোগ্য যে ছিৰিয়াৰ ছুইডাত ডুজ সম্প্ৰদায়ৰ বিৰুদ্ধে ছিৰিয়াৰ সেনাই আক্রমণ চলাই এতিয়ালৈকে প্রায় ২৫০ জন লোকক হত্যা কৰিছে। ইয়াৰ পাছতেই ইজৰাইলে ডামাস্কাছস্থিত ছিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ত আৰু ৰাষ্ট্ৰপতি ভৱনৰ সমীপত ভয়ংকৰ বিমান আক্রমণ বুধবাৰে সংঘটিত কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ