--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটাকৈ সোণৰ পদক জয়লাভ কৰি আজি নিজ গাঁৱত উপস্থিত হোৱা ৰিম্পীক স্থানীয় ৰাইজ তথা দল সংগঠনে বাইক ৰেলি কৰি গাঁৱলৈ আদৰি অনাৰ লগতে সুদক্ষ খেলুৱৈ গৰাকীক উষ্ম আদৰণি জনায়।

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটাকৈ সোণৰ পদক জয়লাভ কৰি আজি নিজ গাঁৱত উপস্থিত হোৱা ৰিম্পীক স্থানীয় ৰাইজ তথা দল সংগঠনে বাইক ৰেলি কৰি গাঁৱলৈ আদৰি অনাৰ লগতে সুদক্ষ খেলুৱৈ গৰাকীক উষ্ম আদৰণি জনায়।


আমেৰিকাৰ আলাবামা বাৰ্মিংহামত অনুষ্ঠিত হোৱা World Police & Fire Games 2025 ত বকতা পুনিবিলৰ আসাম ৰাইফলছত নাগালেণ্ডত কৰ্মৰত এথলীট ৰিম্পীয়ে তিনিটাকৈ স্বৰ্ণ পদক অৰ্জন কৰি অসমৰ লগতে অঞ্চলটোলৈ এই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ৰিম্পীৰ এই সফলতাত উৎফুল্লিত পৰিয়ালবৰ্গ তথা গাঁৱবাসী ৰাইজ। 


আজি ডামচাও প্ৰেমানন্দ বুঢ়াগোহাঁই সমন্বয় ক্ষেত্ৰত ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ বকতাৰ উদ্যোগত, পুনিবিল বাসীৰ অতিথ্যত তথা বকতাবাসীৰ সহযোগত তিনিটাকৈ স্বৰ্ণ পদক লাভ কৰা বিশ্বজয়ী এথলীট ৰিম্পী বুঢ়াগোহাঁইক উৎসাহিত কৰাৰ অৰ্থে ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ