--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই বাণিজ্য মেলাখন যোৱা ০১ ডিচেম্বৰ'২৫ ৰ পৰা আৰম্ভ হৈছে যদিও আনুষ্ঠানিকভাৱে ০৩ ডিচেম্বৰ'২০২৫ মেলাখনৰ শুভ উদ্বোধন কৰা হৈছে আৰু অহা ১৭ ডিচেম্বৰ'২০২৫ লৈকে মেলা খন চলি থাকিব।

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ অন্তৰ্গত অসম বাণিজ্য উন্নয়ণ সংস্থাৰ উদ্যোগত যোৰহাট চহৰত জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত ১৭ দিনীয়া কাৰ্যসূচীৰে ২য় যোৰহাট বাণিজ্য মেলা'২০২৫ ৰ আয়োজন কৰা হৈছে।  


এই বাণিজ্য মেলাখন যোৱা ০১ ডিচেম্বৰ'২৫ ৰ পৰা আৰম্ভ হৈছে যদিও আনুষ্ঠানিকভাৱে ০৩ ডিচেম্বৰ'২০২৫ মেলাখনৰ শুভ উদ্বোধন কৰা হৈছে আৰু অহা ১৭ ডিচেম্বৰ'২০২৫ লৈকে মেলা খন চলি থাকিব। 


উল্লেখযোগ্য যে যোৰহাট বাণিজ্য মেলাত স্থানীয় উদ্যোগীৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যেনে জম্মু-কাশ্মীৰ, পাঞ্জাৱ, হাৰিয়ানা, দিল্লী, ৰাজস্থান, গুজৰাট, উত্তৰ প্ৰদেশ, কৰ্নাটক, মহাৰাষ্ট্ৰ, কলকাতা, কেৰালা আৰু মুম্বাইকে ধৰি ৮০ খন বিপনীয়ে অংশগ্ৰহণ কৰাৰ লগতে বিদেশী ৰাষ্ট্ৰ আফগানিস্তান, থাইলেণ্ড আদিৰ উদ্যোগ প্রতিষ্ঠানেও অংশগ্ৰহণ কৰিছে আৰু লগতে থলুৱা খাদ্য সম্ভাৰৰ ব্যৱস্থা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ