--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ঘটনা অনুসৰি যোৱা ৩০ নৱেম্বৰ তাৰিখে নিৰুদ্দিষ্ট মহিলাগৰাকী কলনিজলাহৰ পিতৃগৃহৰ পৰা ওলাই যায়।

ডিজিটেল ডেস্ক: নগাঁৱৰ জুৰীয়াত ১৯ বছৰীয়া এজনী বিবাহিতা মহিলা নিৰুদ্দেশ হোৱাৰ ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত জুৰীয়া আৰক্ষী থানাৰ কাষ চাপিছে ভুক্তভোগী পৰিয়াল।


জীয়ৰী নিৰুদ্দেশ হোৱা ঘটনাক লৈ হাহাকাৰ লাগিছে পিতৃ-মাতৃৰ। নিৰুদ্দিষ্ট মহিলাগৰাকী হৈছে জুৰীয়াৰ কলনিজলাহৰ মাৰুফা বেগম।


ঘটনা অনুসৰি যোৱা ৩০ নৱেম্বৰ তাৰিখে নিৰুদ্দিষ্ট মহিলাগৰাকী কলনিজলাহৰ পিতৃগৃহৰ পৰা ওলাই যায়।


তাৰপিছৰ পৰাই আজি পৰ্যন্ত মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই ভুক্তভোগী পৰিয়ালটোৱে।


নিজাববীয়াকৈ মহিলাগৰাকীক বিচাৰি পৰিয়ালটোৱে বহু অনুসন্ধান চলাইছে যদিও কোনো ধৰণৰ সন্ধান লাভ নকৰাত অৱশেষত কাষ চাপিছে সংবাদ মাধ্যমৰ লগতে জুৰীয়াৰ আৰক্ষীৰ।


উল্লেখযোগ্য যে দুমাহ আগতে একে গাঁৱৰে আজাহাৰ উদ্দিনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল মাৰুফা বেগম।


বিয়াৰ দুমাহ পিছত নিৰুদ্দেশ হোৱাত চিন্তিত হৈ পৰিছে দুয়োটা পৰিয়ালৰ লোক। যদি কোনোবাই মাৰুফাৰ সন্ধান পায় তেন্তে 8876349487 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ