--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছাত্ৰীগৰাকীৰ চিকিৎসাৰ সকলো নথি-পত্র তদন্ত সমিতিয়ে পৰীক্ষা কৰাৰ লগতে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰাৰো আশ্বাস দিছে।

ডিজিটেল ডেস্কঃ জি এম চি এইচৰ চিকিৎসকৰ মাৰাত্মক গাফিলতিৰ পৰিণতিত চন্দ্ৰপুৰৰ পূজা ৰয় নামৰ ছাত্ৰীগৰাকীৰ ভৰি এখন হেৰুওৱাৰ উপক্ৰম হোৱা ঘটনাৰ তদন্ত ঘোষণা কৰিছে জি এম চি এইচ কর্তৃপক্ষই।


ছাত্ৰীগৰাকীৰ চিকিৎসাৰ সকলো নথি-পত্র তদন্ত সমিতিয়ে পৰীক্ষা কৰাৰ লগতে ছাত্ৰীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰাৰো আশ্বাস দিছে।


ইতিমধ্যে এখন ভৰি হেৰুওৱাৰ উপক্ৰম হোৱা পূজাক উন্নত চিকিৎসাৰ বাবে পাটনালৈ লৈ যোৱা হৈছে। ছাত্ৰীগৰাকীৰ পৰিয়ালে জানিবলৈ দিয়া মতে, এক দুর্ঘটনাত ভৰিত সামান্য আঘাত লৈ ছাত্ৰীগৰাকী জি এম চি এইচলৈ আহিছিল। কিন্তু চিকিৎসালয়খনৰ চিকিৎসকৰ ভয়ংকৰ গাফিলতি আৰু ভুল চিকিৎসাৰ পৰিণতিত সামান্য আঘাত থকা ভৰিখন ক্ৰমান্বয়ে পচি আহিবলৈ আৰম্ভ কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
দোৰোণ শাকৰ আছে নানা উপকাৰী গুণ; জানো আহক সবিশেষ
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ
ফিফা বিশ্বকাপ-২০২৬: মেক্সিকোক পৰাজিত কৰা ইংলেণ্ডৰ জুড বেলিংহামৰ অভিলেখ
লিডুত নিৰ্মাণ হ’ব ইছৰ’ৰ উপগ্ৰহ ভূমি কেন্দ্র
Advertisement