--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শিলিগুৰিৰ পৰা গুৱাহাটী অভিমুখী আছিল ৰে'লখন। AS17Q- 8055 নম্বৰৰ বাহনখনে ৰে'ল ক্ৰচিং পাৰ হওতে ৰে'ল আলিত লাগি ধৰি আবদ্ধ হৈ পৰে।

ডিজিটেল ডেস্কঃ  ধুবুৰীৰ ডুমৰদহত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মালবাহী ৰে'লে প্ৰচণ্ড খুন্দা মাৰিলে চাৰিচকীয়া বাহনত। কথমপি প্ৰাণ ৰক্ষা তিনি ছাত্ৰীসহ এজনৰ।


প্ৰায় এঘণ্টা ধৰি আবদ্ধ হৈ আছিল মালবাহী ৰে'লখন। ৰে'লখনৰ নম্বৰ WDG4G- 49131.


শিলিগুৰিৰ পৰা গুৱাহাটী অভিমুখী আছিল ৰে'লখন। AS17Q- 8055 নম্বৰৰ বাহনখনে ৰে'ল ক্ৰচিং পাৰ হওতে ৰে'ল আলিত লাগি ধৰি আবদ্ধ হৈ পৰে।


ৰে'লখন অহা দেখি দুই ছোৱালী (ছাত্ৰী) সহ আন এজন গাঁৱৰে কনমাণি ছাত্ৰীক লৈ বাহনখনৰ পৰা জাঁপ মাৰে। কথমপি প্ৰাণ ৰক্ষা পৰে চাৰিওৰে।


স্থানীয় ৰাইজৰ দাবী এখন ৰে'লগেট নথকাৰ বাবে সঘনাই এনে ঘটনা সংঘটিত হৈ থাকে।


ৰে'ল বিভাগ তথা জন প্ৰতিনিধিক বাৰে বাৰে দাবী জনোৱাৰ পিছতো হেজাৰ হেজাৰ লোক অহা যোৱা পথটোত এটি ৰে'লগেট দিয়া নাই ৰে'ল বিভাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু