--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বংগমূলৰ মুছলমানৰ সন্দেহত এগৰাকী মহিলাসহ দুজন মুছলমান লোকক ৰাজপথত আটক কৰিলে বীৰ লাচিত সেনাই।

ডিজিটেল ডেস্কঃ কলিয়াবৰত যোৱা নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 


বংগমূলৰ মুছলমানৰ সন্দেহত এগৰাকী মহিলাসহ দুজন মুছলমান লোকক ৰাজপথত আটক কৰিলে বীৰ লাচিত সেনাই।


মুছলমান এগৰাকী মহিলাই শিৰত সেন্দূৰ লৈ নিজকে হিন্দু বুলি পৰিচয় দিয়াক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে।


ডিঙিত মংগলসূত্ৰ, শিৰত সেন্দূৰ লৈ নিজকে হিন্দু বুলি পৰিচয় দিয়া মহিলাগৰাকীয়ে অৱশেষত স্বীকাৰ কৰিলে তেওঁ মুছলমান বুলি।


মহিলাগৰাকীৰ লগত অহা দুই ব্যক্তি বংগমূলৰ মুছলমানৰ সন্দেহত ৰাইজে চমজাই দিয়ে কলিয়াবৰ আৰক্ষীক।


ধৃত দুই ব্যক্তি ক্ৰমে বিহাৰৰ ইমাম উদ্দিন আৰু ৰূপহীহাট শালপাৰাৰ হাচমত আলী। মহিলাগৰাকী ৰূপহী শালপাৰাৰ হাচেনা খাতুন।


তিনিওকে জেৰা কৰি আছে আৰক্ষীয়ে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ