--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জ্যোতিচিত্ৰবনত অনুষ্ঠিত হোৱা কৰ্মশালাতেই প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান আমাৰ ভূপেন দা ছিজন ৯ ৰ অডিচন আৰম্ভ হৈছে ।

ডিজিটেল ডেস্কঃ সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জ্যোতিচিত্ৰবনত অনুষ্ঠিত হোৱা কৰ্মশালাতেই প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান আমাৰ ভূপেন দা ছিজন ৯ ৰ অডিচন আৰম্ভ হৈছে ।


মাৰোৱাৰী যুৱমঞ্চ , কামাখ্যা শাখা, ব্যতিক্ৰম ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত গৈছে কৰ্মশালা লগতে আমাৰ ভূপেন দা ছিজন ৯ৰ অডিচন। প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান আমাৰ ভূপেন দা প্ৰতিযোগীতাত অংশগ্ৰহণৰ বাবে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছে বহুতো প্ৰতিযোগী। আমাৰ ভূপেন দা প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিবলৈ আশাৰে ৰৈ আছে নৱ প্ৰজন্ম । বিচাৰকৰ আসনত আছে বিশিষ্ট শিল্পী নিত্যানন্দ ডেকা , নমিতা ভট্টাচাৰ্য্য।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ