--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উটাহৰ গৱৰ্নৰ জে স্পেনছাৰ জে কক্সে কয় যে কিৰ্কক হত্যা কৰাৰ সন্দেহত ৰবিনচনক গ্ৰেপ্তাৰ কৰা হয়।

ডিজিটেল ডেস্কঃ ৰিপাব্লিকান দলৰ কৰ্মী তথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ অন্যতম ঘনিষ্ঠ সহযোগী চালী কির্কক বুধবাৰে উটাহ মহাবিদ্যালয়ৰ এটা অনুষ্ঠানত অচিনাক্ত দুর্বিত্তই গুলীয়াই হত্যা কৰিছিল।


মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে শুকুৰবাৰে কয় যে ৰিপাব্লিকান কর্মী চালী কির্কক হত্যা কৰাৰ সন্দেহত উটাহৰ ২২ বছৰীয়া টাইলাৰ ৰবিনচনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।


উটাহৰ গৱৰ্নৰ জে স্পেনছাৰ জে কক্সে কয় যে কিৰ্কক হত্যা কৰাৰ সন্দেহত ৰবিনচনক গ্ৰেপ্তাৰ কৰা হয়। সন্দেহযুক্ত হত্যাকাৰী ৰবিনচনে ৰাজনৈতিকভাৱে প্ৰৰোচিত হৈ ৰিপাব্লিকান কর্মী কিৰ্কক হত্যা কৰিলে বুলি সন্দেহ প্রকাশ কৰিছে উটাহৰ গৱৰ্নৰজনে। 


সন্দেহযুক্ত হত্যাকাৰী ৰবিনচনৰ পৰা গুলীভর্তি এটা ৰাইফলো উদ্ধাৰ কৰা হৈছে। এই ৰাইফলটো কিৰ্কক হত্যা কৰাৰ কাৰ্যত ব্যৱহাৰ কৰিছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। ধৃত ৰবিনচনক আৰক্ষীয়ে বৰ্তমান জেৰা কৰি আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ