--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উল্লেখযোগ্য যে এক লাখৰ অধিক আসনবিশিষ্ট বিশ্বৰ সৰ্ববৃহৎ ক্রিকেট ষ্টেডিয়াম আহমেদাবাদতে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ২০২৩ চনৰ এদিনীয়া বিশ্ব কাপৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছিল।

ডিজিটেল ডেস্ক : অহা বছৰৰ টি-২০ বিশ্ব কাপৰ ফাইনেল অনুষ্ঠিত হ'ব আহমেদাবাদত। সেই অনুসৰি বি চি চি আয়ে মেগা ইভেন্টখনৰ বাবে ৫টা ভ্যেনুৰ নাম তালিকাভুক্ত কৰিছে। ভ্যেনুকেইটা হৈছে আহমেদাবাদ, দিল্লী, কলকাতা, চেন্নাই আৰু মুম্বাই। 


উল্লেখযোগ্য যে এক লাখৰ অধিক আসনবিশিষ্ট বিশ্বৰ সৰ্ববৃহৎ ক্রিকেট ষ্টেডিয়াম আহমেদাবাদতে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ২০২৩ চনৰ এদিনীয়া বিশ্ব কাপৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছিল। ইফালে, আই চি চি চিয়ে ফেব্ৰুৱাৰী-মাৰ্চত হ'বলগীয়া বিশ্ব কাপৰ সম্পূৰ্ণ সূচীখন অহা সপ্তাহত ঘোষণা কৰিব। 


আনহাতে, প্রতিযোগিতাখনৰ সহঃ আয়োজকৰ দায়িত্বত থাকিব শ্রীলংকা। পাকিস্তানৰ বাবে নিৰপেক্ষ ভ্যেনু হ'ব শ্রীলংকা। শ্রীলংকাত কলম্বোসহ তিনিটা ভ্যেনুত হ'ব খেল। দেশৰ মাটিত হ'বলগীয়া বিশ্ব কাপত ভাৰতে ডিফেণ্ডিং চেম্পিয়ন হিচাপে অৱতীৰ্ণ হ'ব। যোৱা বছৰৰ জুনত বাৰবাডোজত অনুষ্ঠিত বিশ্ব কাপত খিতাপ জয় কৰিছিল ভাৰতে। উল্লেখযোগ্য যে পাকিস্তান ফাইনেলত উপনীত হ'লে শ্রীলংকাত হ'ব খিতাপৰ যুঁজ।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ