--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ১৪ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব লগা এই ফিল্ম ফেষ্টিভেলত নির্বাচিত হৈ উৎফুল্লিত হৈ পৰিছে চলচ্চিত্ৰখনৰ প্ৰযোজক ছেংপেম বৰগোহাঁই, সহ প্রযোজক ৰুচি বৰুৱা, পৰিচালক চাও পাৰ্থ বৰগোহাঁই আৰু সহ পৰিচালক ভিক্তৰ দাসৰ লগতে চলচ্চিত্ৰখনৰ সকলো কলা-কুশলী।

ডিজিটেল ডেস্ক : আমেৰিকাৰ ষষ্ঠদশ সংখ্যক চিকাগো ছাউথ এছিয়ান ফিল্ম ফেষ্টিভেললৈ প্ৰদৰ্শনৰ বাবে আনুষ্ঠানিক নির্বাচনত ডিব্ৰুগড়ৰ চাও পাৰ্থ বৰগোহাঁইৰ পৰিচালিত 'হিৰাইথ' চলচ্চিত্রখন নির্বাচিত হৈছে।


অহা ১৪ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব লগা এই ফিল্ম ফেষ্টিভেলত নির্বাচিত হৈ উৎফুল্লিত হৈ পৰিছে চলচ্চিত্ৰখনৰ প্ৰযোজক ছেংপেম বৰগোহাঁই, সহ প্রযোজক ৰুচি বৰুৱা, পৰিচালক চাও পাৰ্থ বৰগোহাঁই আৰু সহ পৰিচালক ভিক্তৰ দাসৰ লগতে চলচ্চিত্ৰখনৰ সকলো কলা-কুশলী।


চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে মেঘালী কলিতা, অতনু মহন্ত আৰু অসীম শর্মাই।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ