--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নির্বাচন আয়োগৰ নতুন নিয়ম অনুসৰি বেলটৰ গণনা বাকী থাকিলে, ই ভি এমৰ শেষৰ আগৰ ৰাউণ্ডৰ গণনা বেলটৰ গণনা শেষ নোহোৱালৈকে ৰখাই দিয়া হ'ব।

ডিজিটেল ডেস্ক : নির্বাচন আয়োগে ভোট গণনাৰ নিয়মৰ কিছু সালসলনি কৰিছে। বৃহস্পতিবাৰে আয়োগে এই কথা জনায়। এতিয়াৰ পৰা পোষ্টেল বেলটৰ গণনাত পলম হ'লে ই ভি এমৰ গণনা বন্ধ ৰখা হ'ব। তদুপৰি বেলট বেছি হ'লে কাউন্টিং টেবুলো বৃদ্ধি কৰা হ'ব। 


দৰাচলতে ভোটগণনাৰ দিয়া গণনা পুৱা ৮ বজাত আৰম্ভ হয় আৰু ই ভি এমৰ গণনা ৮-৩০ বজাত আৰম্ভ হয়। কোনো কোনো ভোটগণনা কেন্দ্রত ই ভি এমৰ গণনা সোনকালেই শেষ হৈছিল, বেলটত সময় লাগিছিল। 


এতিয়া নির্বাচন আয়োগৰ নতুন নিয়ম অনুসৰি বেলটৰ গণনা বাকী থাকিলে, ই ভি এমৰ শেষৰ আগৰ ৰাউণ্ডৰ গণনা বেলটৰ গণনা শেষ নোহোৱালৈকে ৰখাই দিয়া হ'ব। নির্বাচন আয়োগে বৃহস্পতিবাৰে এই জাননী জাৰি কৰে। এই নতুন নিয়ম আৰম্ভ হ'ব আগন্তুক বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পৰা।


উৎসঃ দৈনিক জনমভূমি  


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ