--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতীয় সামগ্রীত মার্কিন শুল্কৰ প্ৰভাৱকো নেওচি চলিত বিত্তীয় বৰ্ষত ভাৰতৰ শক্তিশালী অর্থনৈতিক দক্ষতা অব্যাহত আছে বুলি আই এম এফৰ প্ৰতিবেদনখনত কোৱা হৈছে।

ডিজিটেল ডেস্ক : ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ ৬.৬ শতাংশ বিকাশ হ'ব। আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিয়ে (আইএম এফ) এই বিষয়ত পূর্বানুমান কৰিছে। 


আই এম এফৰ 'ৱৰ্ল্ড ইক'নমিক আউটলুক' (ডব্লিউ ই অ')ৰ প্ৰতিবেদন মতে, ২০২৫-২৬ বিত্তীয় বর্ষত উদীয়মান বজাৰ আৰু উন্নয়নশীল অর্থনীতি হিচাপে বিশ্বৰ অন্যতম দ্রুত বিকশিত দেশ ভাৰতে ইয়াৰ বিকাশৰ ধাৰা অব্যাহত ৰাখিব। ভাৰতীয় সামগ্রীত মার্কিন শুল্কৰ প্ৰভাৱকো নেওচি চলিত বিত্তীয় বৰ্ষত ভাৰতৰ শক্তিশালী অর্থনৈতিক দক্ষতা অব্যাহত আছে বুলি আই এম এফৰ প্ৰতিবেদনখনত কোৱা হৈছে। 


আনহাতে, চলিত বিত্তীয় বৰ্ষৰ বিকাশৰ ক্ষেত্ৰত চীনকো চেৰ পেলাব ভাৰতে। চীনৰ অৰ্থনীতিৰ বিকাশ ৪.৮ শতাংশ বৃদ্ধি হোৱাৰ পূৰ্বানুমান কৰিছে আই এম এফে। বিভিন্ন দেশৰ বিৰুদ্ধে মার্কিন শুল্ক আৰোপৰ পাছত দেশসমূহত অর্থনৈতিক অস্থিৰতাই বিৰাজ কৰিছিল আৰু এই সময়তে আই এম এফে দেশসমূহৰ বিত্তীয় অৱস্থা আৰু বাণিজ্য চুক্তিসমূহ চালি-জাৰি চাই এই পূর্বানুমান কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ