--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই এই কথা সদৰী কৰিছে। সোমবাৰে কাশ্মীৰ উপত্যকাত সন্ত্রাসবাদীকেইটাক গুলীয়াই হত্যা কৰা হয়।

ডিজিটেল ডেস্কঃ পহলগাম সন্ত্রাসবাদী আক্রমণত জড়িত ৩টা পাকিস্তানী সন্ত্রাসবাদীয়ে সীমান্তৰ সিপাৰে থকা সহযোগী আৰু অভিযান চলোৱাত কথা-বার্তা পাতিবলৈ 'অধিক উচ্চ ফ্ৰিকুৱেন্সিৰ ৱায়াৰলেছ ছেট' ব্যৱহাৰ কৰিছিল।


এজন জ্যেষ্ঠ চৰকাৰী বিষয়াই এই কথা সদৰী কৰিছে। সোমবাৰে কাশ্মীৰ উপত্যকাত সন্ত্রাসবাদীকেইটাক গুলীয়াই হত্যা কৰা হয়। তিনিওটা পাকিস্তানী সন্ত্রাসবাদীয়ে ৩ বছৰ পূৰ্বেই পাকিস্তানৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰিছিল। যোৱা বছৰ সন্ত্রাসবাদীকেইটা দুটা দলত বিভক্ত হৈছিল। এটা দলক ছুলেমানে নেতৃত্ব দিয়াৰ বিপৰীতে আনটোক মুছা নামৰ সন্ত্রাসবাদীটোৱে নেতৃত্ব দিছিল।


বিষয়াজনে লগতে কয় যে নতুনকৈ অনুপ্ৰৱেশ কৰি ভাৰতলৈ অহা এল ইটি কেডাৰে যোৱা বৰ্ষত ছুলেমানৰ দলত যোগ দি কাশ্মীৰ উপত্যকাত ঘাটি স্থাপন কৰিছিল। ২০২৪ বৰ্ষৰ ২০ অক্টোবৰত চেন্ট্রেল কাশ্মীৰৰ গাণ্ডেৰবাল জিলাৰ গগনগীৰৰ এটা নির্মাণস্থলীত চলা আক্রমণতো ছুলেমান জড়িত হৈ আছিল। ২০২১ বৰ্ষৰ পৰা পাকিস্তানৰ পৰা অবৈধভাবে প্রায় ২০০-২৫০টা উগ্রপন্থীয়ে জম্মু-কাশ্মীৰত প্ৰৱেশ কৰা বুলি সূত্ৰসমূহে সম্ভাৱনা ব্যক্ত কৰিছে। এটা সন্ত্রাসবাদী দল সম্প্রতি জম্মু অঞ্চলত সক্রিয় হৈ আছে। যি যোৱা দুটা দশক ধৰি কোনো গুৰুতৰ সন্ত্রাস কাণ্ড সংঘটিত কৰাৰ পৰা বিৰত আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি