--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ডুমডুমা চহৰৰ মাজমজিয়াত প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে বিভিন্ন শ্ল'গানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ডিজিটেল ডেস্কঃ অসমত বসবাস কৰা গোৰ্খা, কোচ ৰাজবংশী আৰু হিন্দু বাঙালীৰ বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ গোৰ্খা আৰু কোচ ৰাজবংশীক প্ৰত্যাহাৰ কৰাৰ বিপৰীতে হিন্দু বাঙালীক এই গোচৰ প্ৰত্যাহাৰ নকৰাৰ প্ৰতিবাদত আজি ডুমডুমাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনে ।


ডুমডুমা চহৰৰ মাজমজিয়াত প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে বিভিন্ন শ্ল'গানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।


বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰ কৰা, ডি ভোটাৰৰ নটিছ দিয়া বন্ধ কৰা, ডিটেনশ্যন কেম্পত আবদ্ধ হৈ থকা হিন্দু সকলক বিনাচৰ্তে মুক্তি দিয়া, হিন্দু বাঙালীক মাটি পট্টা প্ৰদান কৰা আৰু অসম চুক্তি অনুসৰি অসমত বাস কৰা হিন্দু বাঙালীক সম অধিকাৰ, সম মৰ্যদা প্ৰদান কৰাৰ দাবীত এই প্ৰতিবাদ।


সমাগত ২৬ৰ নিৰ্বাচনৰ আগত হিন্দু বাঙালী সকলৰ সমস্যাসমূহ সমাধান নকৰিলে বিজেপি চৰকাৰ তথা বিজেপি দলৰ বিৰুদ্ধে অৱস্থান কৰিব বুলি স্পষ্ট কৰি দিয়ে বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ নেতৃত্বই ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ