--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰপতি ট্রাম্পে অভিযোগ কৰে যে বাতৰিকাকতখনে তেওঁ, তেওঁৰ পৰিয়াল আৰু ব্যৱসায়সমূহৰ বিষয়ে অসত্য বাতৰি প্ৰচাৰ কৰিছে।

ডিজিটেল ডেস্ক : মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ বিষয়ে অসত্য তথ্য প্রকাশ কৰাৰ বাবে আমেৰিকাৰ অগ্ৰণী বাতৰিকাকত 'নিউয়র্ক টাইমছ'ৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হৈছে। 


ৰাষ্ট্ৰপতি ট্রাম্পে অভিযোগ কৰে যে বাতৰিকাকতখনে তেওঁ, তেওঁৰ পৰিয়াল আৰু ব্যৱসায়সমূহৰ বিষয়ে অসত্য বাতৰি প্ৰচাৰ কৰিছে। তদুপৰি, বাতৰিকাকতখনে ৰিপাব্লিকানৰ আন্দোলন, আদর্শ, যেনে- 'আমেৰিকা ফাৰ্ষ্ট মুভমেন্ট', 'মেক আমেৰিকা গ্রেট এগেইন' আদিৰ সন্দর্ভতো অসত্য বাতৰি প্ৰকাশ কৰিছে বুলি ট্রাম্পে অভিযোগ কৰে। মার্কিন ৰাষ্ট্ৰপতিজনে সোমবাৰে 'নিউয়র্ক টাইমছ' আৰু ইয়াৰ চাৰিজন সাংবাদিকৰ বিৰুদ্ধে ১৫ বিলিয়ন মার্কিন ডলাৰৰ মানহানিৰ গোচৰ তৰে। ফ্ল'ৰিডাৰ এখন জিলা আদালতত ট্রাম্পে এই মানহানিৰ গোচৰ তৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ