--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মহিলাসকলে মদৰ পৰা সৃষ্টি হোৱা বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ কথা শ্লোগানেৰে ৰাইজক অৱগত কৰিবলৈ চেষ্টা কৰে।

ডিজিটেল ডেস্কঃ  অবৈধ মদৰ ঘাটি উচ্ছেদ কৰিবলৈ দাবী জনাই নৱ গঠিত মৰিয়নী সমষ্টিৰ বনাই বাৰেঘৰৰ এদল সচেতন মহিলাই সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।এই সমদলৰ যোগেদি মহিলাসকলে মদৰ পৰা সৃষ্টি হোৱা বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ কথা শ্লোগানেৰে ৰাইজক অৱগত কৰিবলৈ চেষ্টা কৰে।


উল্লেখযোগ্য যে বিগত সময়চোৱাত মদৰ ঘাটি উচ্ছেদৰ সন্দৰ্ভত আবকাৰী বিভাগক অভিযোগ দিছিল যদিও আবকাৰী বিভাগে কেৱল কতব্যৰ খাটিৰত আহি অঞ্চলটি পৰিদৰ্শন কৰে আৰু মদৰ দোকানীৰ সৈতে মিতিৰালি কৰি দেখিও নেদেখাৰ ভাও ধৰে বুলি অভিযোগ তুলিছে মহিলাসকলে।


ইপিনে বহুবাৰ আবকাৰী বিভাগে কোনে তেওঁলোকক খৰব দিওতাৰ পৰিচয় গোপনে ৰখাৰ পৰিৱৰ্তে সেই কথাও মদৰ দোকানীক জনাই পৰিবেশ বিনষ্ট কৰিছে আৰু গাৱঁৰ মাজতে শত্ৰুতা কৰাৰ পৰিবেশ সৃষ্টি কৰিছে বুলিও মন্তব্য কৰিছে।সেয়ে এইবাৰ কোনো বিভাগ তথা আৰক্ষী প্ৰশাসনলৈ বাট নাচাই অঞ্চলৰ পৰিবেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰা সকলৰ বিৰুদ্ধে মহিলাসকলে নিজে পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ